ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰম্পৰাবাদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰম্পৰাবাদ   বিশেষ্য

ଅର୍ଥ : বহুদিনৰ পৰা চলি অহা ৰীতি-নীতি মানি চলা কোনো বাদ বা সিদ্ধান্ত

ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা পৰম্পৰাবাদ উন্নতিৰ প্রধান অন্তৰায় হৈ পৰে

ଅର୍ଥ : আধুনিক বিচাৰবোধৰ তুলনাত ৰীতি-নীতি আৰু পৰম্পৰাক সমাজৰ বাবে অধিক হিতকৰ বুলি গণ্য কৰা এক মতবাদ

ଉଦାହରଣ : আমাৰ ঘৰৰ সকলোৱে পৰম্পৰাবাদক মানি চলি আহিছে