ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রৱেশ দ্বাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রৱেশ দ্বাৰ   বিশেষ্য

ଅର୍ଥ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি

ଉଦାହରଣ : প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ

ଅର୍ଥ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়

ଉଦାହରଣ : তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল

ସମକକ୍ଷ : প্রৱেশ পথ, প্রৱেশদ্বাৰ

ଅର୍ଥ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ

ଉଦାହରଣ : দুর্গটোৰ এইখন মুখ্যদ্বাৰ

ସମକକ୍ଷ : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ