ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ଉଦାହରଣ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
ସମକକ୍ଷ : ঠগ, প্রবঞ্চক
ଅର୍ଥ : ঠগ-প্রৱঞ্চনা কৰোঁতা
ଉଦାହରଣ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
ସମକକ୍ଷ : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
ଅର୍ଥ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ଉଦାହରଣ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
ସମକକ୍ଷ : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ