ଅର୍ଥ : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
ଉଦାହରଣ :
এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
ସମକକ୍ଷ : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
ଅର୍ଥ : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
ଉଦାହରଣ :
আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
ସମକକ୍ଷ : আদহীয়া, মধ্যবয়সীয়া