ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ
ଉଦାହରଣ : বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে
ସମକକ୍ଷ : পীৰিতি, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি, ৰোমাঞ্চ
ଅର୍ଥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ଉଦାହରଣ : প্রেম নিস্বার্থ ্ হʼব লাগে
ସମକକ୍ଷ : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, ভালপোৱা, মহব্বত
ଅର୍ଥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
ଉଦାହରଣ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
ସମକକ୍ଷ : অনুৰাগ, প্রণয়, প্রীতি, ভালপোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ