ଅର୍ଥ : প্রয়োগ সম্বন্ধীয়
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰৰ প্রায়োগিক পৰীক্ষাবোৰ আৰম্ভ হৈ গʼল
ସମକକ୍ଷ : প্রয়োগাত্মক, ব্যৱহাৰিক
ଅର୍ଥ : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
ଉଦାହରଣ :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
ସମକକ୍ଷ : অভিযান্ত্রিক, ঔদ্যোগিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত