ଅର୍ଥ : কোনো বিষয় বা আলোচনা আদিৰ প্রচাৰ কৰা কার্য
ଉଦାହରଣ :
বিজ্ঞাপন প্রসাৰণৰ সঠিক মাধ্যম
ଅର୍ଥ : দী্র্ঘ্্তা, প্রস্থতা আদি
ଉଦାହରଣ :
হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবর্ষৰ বিস্তৃতি
ସମକକ୍ଷ : প্রসাৰ, পৰিকীর্ণ্্তা, পৰিব্যাপ্তি, বিসাৰ, বিস্তাৰ, বিস্তৃতি, বিয়পি থকা-, ব্যাপ্তি
ଅର୍ଥ : বিস্তাৰ কৰা বা বৃদ্ধি কৰা কার্য ্বা ভাব
ଉଦାହରଣ :
বানপানীৰ প্রকোপৰ পৰা বাচিবৰ কাৰণে মথাউৰিৰ প্রসাৰণ ঘটোৱা উচিত