ଅର୍ଥ : শৃংগাৰ কৰা বা সজোৱা কার্য
ଉଦାହରଣ :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
ଅର୍ଥ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
ଉଦାହରଣ :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
ସମକକ୍ଷ : প্রসাধন সামগ্রী