ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
ଅର୍ଥ : যাৰ ইচ্ছা বা বাসনা পূৰ হৈছে
ଉଦାହରଣ : মই আপোনাৰ দর্শন ্ লাভ কৰি তৃপ্ত হʼলো
ସମକକ୍ଷ : তুষ্ট, তৃপ্ত, পৰিতুষ্ট, পৰিতৃপ্ত, সন্তুষ্ট
ସଂସ୍ଥାପନ କରନ୍ତୁ