ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰাসায়নিক প্রক্রিয়াৰে তৈয়াৰ কৰা ঘা আদিত লগোৱা এবিধ গাঢ় ঔষধ
ଉଦାହରଣ : চিকিৎসকে ঘা-ডোখৰত মলম লগাই বেণ্ডেজ লগাই দিলে
ସମକକ୍ଷ : বিলেপ, মলম
ଅର୍ଥ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
ଉଦାହରଣ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
ସମକକ୍ଷ : লেও, লেপন
ସଂସ୍ଥାପନ କରନ୍ତୁ