ଅର୍ଥ : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
ଉଦାହରଣ :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
ଅର୍ଥ : যি প্রমাণৰ বিষয় হʼব পাৰে
ଉଦାହରଣ :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
ଅର୍ଥ : যি জুখিব পাৰি
ଉଦାହରଣ :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
ଅର୍ଥ : যি সিদ্ধ কৰিব লাগে
ଉଦାହରଣ :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে