ଅର୍ଥ : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
ଉଦାହରଣ :
আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
ଅର୍ଥ : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
ଉଦାହରଣ :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
ସମକକ୍ଷ : প্রামাণিক
ଅର୍ଥ : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
ଉଦାହରଣ :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
ସମକକ୍ଷ : সিদ্ধ