ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রভাৱ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রভাৱ   বিশেষ্য

ଅର୍ଥ : শক্তি, সন্মান, ভয়, আতংক বা কোনো বিশেষ কথাৰ পৰা পোৱা প্রসিদ্ধি

ଉଦାହରଣ : এই এলেকাত ঠাকুৰ ৰণবীৰৰ প্রতিপত্তি আছে

ସମକକ୍ଷ : প্রতিপত্তি, প্রভূত্ব

ଅର୍ଥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ଉଦାହରଣ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রৱণতা, মাইৰ, স্পৃহা