ଅର୍ଥ : যিজনে বিদেশত গৈ বসবাস কৰিছে
ଉଦାହରଣ :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
ଅର୍ଥ : বিদেশত গৈ বসবাস কৰা বা থকা
ଉଦାହରଣ :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে