ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে প্রসন্নতা লাভ কৰিছে
ଉଦାହରଣ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
ସମକକ୍ଷ : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
ଅର୍ଥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
ସଂସ୍ଥାପନ କରନ୍ତୁ