ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ଉଦାହରଣ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ସମକକ୍ଷ : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ্তি, প্রভা, বিভা
ଅର୍ଥ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
ଉଦାହରଣ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
ସମକକ୍ଷ : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, বন্তি, বাতি, লেম, লেম্প
ସଂସ୍ଥାପନ କରନ୍ତୁ