ଅର୍ଥ : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
ଉଦାହରଣ :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
ସମକକ୍ଷ : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
ଅର୍ଥ : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
ଉଦାହରଣ :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
ସମକକ୍ଷ : অপেক্ষিত