ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
ଉଦାହରଣ : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
ସମକକ୍ଷ : স্থাপন
ଅର୍ଥ : খ্যাত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
ସମକକ୍ଷ : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ଅର୍ଥ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ଉଦାହରଣ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
ସମକକ୍ଷ : গঠন, স্থাপনা
ସଂସ୍ଥାପନ କରନ୍ତୁ