ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
ଉଦାହରଣ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
ସମକକ୍ଷ : অনুলিপি, কপি, নকল, প্রতিলেখ
ଅର୍ଥ : লিখা বা ছপা কৰা কোনো কাগজ বা কিতাপ আদিৰ হুবহু ৰূপত ছপা কৰিব পৰা যন্ত্র বিশেষ
ଉଦାହରଣ : মই এই প্রমাণ পত্রখন জেৰক্স কৰিব লাগে
ସମକକ୍ଷ : জেৰক্স, জেৰক্স-কপি
ସଂସ୍ଥାପନ କରନ୍ତୁ