ଅର୍ଥ : কোনো কথা আদি ব্যক্ত কৰা কার্য
ଉଦାହରଣ :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
ସମକକ୍ଷ : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
ଅର୍ଥ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
ଉଦାହରଣ :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
ସମକକ୍ଷ : ব্যক্ত কৰা