ଅର୍ଥ : * ৰচনা আদিক প্রকাশিত কৰা
ଉଦାହରଣ :
তেওঁ এতিয়ালৈকে দুখন কিতাপ প্রকাশিত কৰিলে
ଅର୍ଥ : কোনো স্থান প্রকাশেৰে ভৰাই তোলা
ଉଦାହରଣ :
দিনৰ শেষত বিজুলীবাতি জ্বলাই ঘৰবোৰ পোহৰাই তোলা হয়
ସମକକ୍ଷ : পোহৰাই তোলা, পোহৰোৱা