ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রকাশিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রকাশিত   বিশেষণ

ଅର୍ଥ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে

ଉଦାହରଣ : চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়

ସମକକ୍ଷ : আলোকিত

ଅର୍ଥ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে

ଉଦାହରଣ : শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে

ଅର୍ଥ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে

ଉଦାହରଣ : কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে

ସମକକ୍ଷ : আৱিভূত, প্রকটিত, প্রস্ফূটিত

ଅର୍ଥ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে

ଉଦାହରଣ : প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা

ସମକକ୍ଷ : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত