ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পোৱা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

ଉଦାହରଣ : ইয়াৰ ওজন এপোৱা

ସମକକ୍ଷ : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

ଅର୍ଥ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

ଉଦାହରଣ : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

ଅର୍ଥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ଉଦାହରଣ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

ସମକକ୍ଷ : লাভ কৰা

ଅର୍ଥ : সুখ, দুখ আদি সহা কার্য

ଉଦାହରଣ : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

ସମକକ୍ଷ : ভোগা

ଅର୍ଥ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ଉଦାହରଣ : মই ৰামৰ পৰা এশ টকা পালোঁ

ସମକକ୍ଷ : লাভ কৰা

ଅର୍ଥ : উপল্্ব্ধ হোৱা

ଉଦାହରଣ : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

ସମକକ୍ଷ : পোৱা যায়

ଅର୍ଥ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

ଉଦାହରଣ : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

ଅର୍ଥ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

ଉଦାହରଣ : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

ସମକକ୍ଷ : উপনীত হোৱা

ଅର୍ଥ : প্রাপ্ত হোৱা বা পোৱা কার্য

ଉଦାହରଣ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

ସମକକ୍ଷ : প্রাপ্তি ঘটা, লাভ কৰা

ଅର୍ଥ : পৰি থকা বস্তু উঠোৱা

ଉଦାହରଣ : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

ଅର୍ଥ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

ଉଦାହରଣ : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

ସମକକ୍ଷ : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

ଅର୍ଥ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ଉଦାହରଣ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

ସମକକ୍ଷ : আহি পোৱা, লাভ কৰা

ଅର୍ଥ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ଉଦାହରଣ : অশোকে কলিংগত জয় লাভ কৰিছিল

ସମକକ୍ଷ : প্রাপ্ত কৰা, লাভ কৰা

ଅର୍ଥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

ଉଦାହରଣ :

ସମକକ୍ଷ : অহা, আগমন কৰা, উপস্থিত হোৱা

ଅର୍ଥ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

ଉଦାହରଣ : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

ସମକକ୍ଷ : উপনীত হোৱা

ଅର୍ଥ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

ଉଦାହରଣ : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

ଅର୍ଥ : পায় যোৱা

ଉଦାହରଣ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

ସମକକ୍ଷ : লাভ কৰা

পোৱা   বিশেষণ

ଅର୍ଥ : চাৰিভাগৰ এক অংশ

ଉଦାହରଣ : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

ଅର୍ଥ : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

ଉଦାହରଣ : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

ସମକକ୍ଷ : উপার্জিত, প্রাপ্ত, হস্তগত

ଅର୍ଥ : নিৰ্দিষ্ট স্থানত উপনীত কৰা

ଉଦାହରଣ : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে