ଅର୍ଥ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ଉଦାହରଣ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
ସମକକ୍ଷ : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
ଅର୍ଥ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
ଉଦାହରଣ :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
ସମକକ୍ଷ : চমচমোৱা
ଅର୍ଥ : জ্বলন বা পোৰণ অনুভব কৰা
ଉଦାହରଣ :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে