ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রথম বাৰ
ଉଦାହରଣ : মই ৰামৰ সৈতে পোন প্রথমে মেলাত লগ হৈছিলোঁ
ସମକକ୍ଷ : আদিতে, আৰম্ভণিতে, পোন পহিলা, পোন প্রথমে, পোনতে, প্রথমতে, সর্বপ্রথমে
ଅର୍ଥ : আৰম্ভ হোৱাৰ সময়তে
ଉଦାହରଣ : কোনো কোনো ধর্মানুষ্ঠানৰ আৰম্ভণিতে গণেশ পূজা কৰা হয়
ସମକକ୍ଷ : আদিতে, আৰম্ভণিতে, পোনতে, পোনপ্রথমে, প্রথমতে, প্রথমে
ସଂସ୍ଥାପନ କରନ୍ତୁ