ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৈতৃক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৈতৃক   বিশেষ্য

ଅର୍ଥ : পিতৃৰ বা পিতৃৰ পৰা লাভ কৰা সম্পত্তি

ଉଦାହରଣ : চৰকাৰী সম্পত্তি কাৰোৰে পৈতৃক নহয়

পৈতৃক   বিশেষণ

ଅର୍ଥ : ককাদেউতাৰ সময়ৰ পৰা চলি অহা বা ককাদেউতাৰ পৰা পোৱা

ଉଦାହରଣ : তেওঁ নিজৰ পৈতৃক সম্পত্তি দুখীয়াৰ মাজত ভগাই দিলে

ଅର୍ଥ : যিটো কোনো বংশত একেৰাহে হৈ আহিছে আৰু যাৰ আগতেও সেই বংশত হৈছিল বা পিছলৈকো হৈ থকাৰ সম্ভাৱনা আছে

ଉଦାହରଣ : তেওঁ বংশগত ্ৰোগত ভুগিছে

ସମକକ୍ଷ : আনুবংশিক, বংশগত, বংশানুক্রমিক

ଅର୍ଥ : পিতা সম্বন্ধীয়

ଉଦାହରଣ : আমি পৈতৃক সম্পত্তি দান কৰি দিলোঁ