ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ଉଦାହରଣ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ସମକକ୍ଷ : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
ଅର୍ଥ : কোনো বস্তু তললৈ পেলোৱা কার্য
ଉଦାହରଣ :
লʼৰাটোৱে গাখীৰখিনি
ଅର୍ଥ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
ଉଦାହରଣ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
ସମକକ୍ଷ : পেলোৱা