ଅର୍ଥ : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য
ଉଦାହରଣ :
ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে
ସମକକ୍ଷ : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রস্ত কৰা, ত্রাসিত কৰা, ভয়ার্ত ্কৰা, শংকিত কৰা, শঙ্কিত কৰা, সন্ত্রাসিত কৰা
ଅର୍ଥ : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
ଉଦାହରଣ :
গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
ସମକକ୍ଷ : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা