ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ মধ্য ভাগ
ଉଦାହରଣ : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
ଅର୍ଥ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
ଉଦାହରଣ : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
ସମକକ୍ଷ : আমাশয়, উদৰ
ଅର୍ଥ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
ଉଦାହରଣ : মই সাতটা পেটক ভৰাব লাগে
ସମକକ୍ଷ : মুখ
ଅର୍ଥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ଉଦାହରଣ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
ସମକକ୍ଷ : চিত্ত, মগজু, মন, মানস
ଅର୍ଥ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : উদৰ, গর্ভ, জঠৰ
ଅର୍ଥ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
ଉଦାହରଣ : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
ସମକକ୍ଷ : উদৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ