ଅର୍ଥ : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি
ଉଦାହରଣ :
তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে
ସମକକ୍ଷ : দুনিয়া
ଅର୍ଥ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
ଉଦାହରଣ :
ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
ସମକକ୍ଷ : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা