ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৃথক হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৃথক হোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ଉଦାହରଣ : তেওঁ কংগ্রেছৰ পৰা ওলাল

ସମକକ୍ଷ : ওলোৱা

ଅର୍ଥ : কোনো অংশত পৃথক পৃথক হোৱা

ଉଦାହରଣ : স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল

ସମକକ୍ଷ : বিভক্ত হোৱা

ଅର୍ଥ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ଉଦାହରଣ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

ସମକକ୍ଷ : এৰাই যোৱা, এৰি যোৱা, ওলাই যোৱা

ଅର୍ଥ : * সম্বন্ধ আদি নাইকিয়া হোৱা

ଉଦାହରଣ : নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল

ସମକକ୍ଷ : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা