ଅର୍ଥ : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
ଉଦାହରଣ :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
ସମକକ୍ଷ : উপৰিপুৰুষ, পূর্বপুৰুষ
ଅର୍ଥ : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
ଉଦାହରଣ :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
ସମକକ୍ଷ : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ