ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সূর্য্য উদয় হোৱা দিশ
ଉଦାହରଣ : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
ସମକକ୍ଷ : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
ଅର୍ଥ : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ଉଦାହରଣ : পূব সদায় পূব দিশৰ ফালেই থাকে
ସମକକ୍ଷ : পূব, পূৰব, পূৱ
ଅର୍ଥ : যি আগফালৰ বা সন্মুখ ফালৰ
ଉଦାହରଣ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
ସମକକ୍ଷ : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
ଅର୍ଥ : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
ଉଦାହରଣ : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
ସମକକ୍ଷ : ভূতপূর্ব, ্প্রাক্তন
ସଂସ୍ଥାପନ କରନ୍ତୁ