ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুৰুষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুৰুষ   বিশেষ্য

ଅର୍ଥ : মানৱ জাতিৰ মতা

ଉଦାହରଣ : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

ସମକକ୍ଷ : মতা, মতা মানুহ, মুনিহ, মৰদ

ଅର୍ଥ : ব্যাকৰণত সর্ব ্নামৰ যি ভেদৰ দ্বাৰা সর্ব- নামৰ প্রয়োগ বক্তাৰ বাবে হৈছে নে শ্রোতাৰ বাবে হৈছে বা আন কোনো তৃতীয়জনৰ বাবে হৈছে জানিব পাৰি

ଉଦାହରଣ : ব্যাকৰণৰ মতে পুৰুষ তিনি প্রকাৰৰ

ଅର୍ଥ : বংশ পৰম্পৰাত কাৰোবাৰ পিতা, ককা, আজোককা আদি বা পুত্র, নাতি, পৰিনাতি আদিৰ বিচাৰেৰে কৰা গণনা-ক্রমৰ কোনো স্থান

ଉଦାହରଣ : তিনি পুৰুষৰ পিছত আমাৰ ঘৰত কোনো কন্যা সন্তানৰ জন্ম হʼল