ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
ଉଦାହରଣ : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
ସମକକ୍ଷ : ঋতুমতী, পুষ্পৱতী, ৰজস্বলা
ଅର୍ଥ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
ଉଦାହରଣ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
ସମକକ୍ଷ : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, মাহেকীয়া, ৰজঃ, ৰজস্বলা
ସଂସ୍ଥାପନ କରନ୍ତୁ