ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পুনৰাবৃত্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পুনৰাবৃত্তি   বিশেষ্য

ଅର୍ଥ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য

ଉଦାହରଣ : এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে

ଅର୍ଥ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস

ଉଦାହରଣ : এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে

ସମକକ୍ଷ : আবৃত্তি

ଅର୍ଥ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য

ଉଦାହରଣ : ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়

ଅର୍ଥ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য

ଉଦାହରଣ : মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে

ସମକକ୍ଷ : পুনৰকথন