ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
ଉଦାହରଣ : মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
ସମକକ୍ଷ : ধর্মগ্রন্থ, ধর্মপুথি, ধর্ম্্শাস্ত্র, শাস্ত্র
ଅର୍ଥ : লিখা বা ছপা কৰা বহু পৃষ্ঠা জোৰা বস্তু যʼত পঢ়িবৰ কাৰণে জ্ঞান, তথ্য, কাহিনী, চিত্র আদি থাকে
ଉଦାହରଣ : ভাল কিতাপ পঢ়িলে জ্ঞান বাঢ়ে ৰামায়ণ এখন মহৎ গ্রন্থ
ସମକକ୍ଷ : কিতাপ, গ্রন্থ, পুস্তক
ସଂସ୍ଥାପନ କରନ୍ତୁ