ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
ଉଦାହରଣ : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
ଅର୍ଥ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ଉଦାହରଣ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
ସମକକ୍ଷ : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
ଅର୍ଥ : যিটো শুভ বা ভাল হয়
ଉଦାହରଣ : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
ସମକକ୍ଷ : মাংগলিক, শুভ
ଅର୍ଥ : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
ଉଦାହରଣ : কাশী এখন পৱিত্র ঠাই
ସମକକ୍ଷ : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
ସଂସ୍ଥାପନ କରନ୍ତୁ