ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি দুখ বা কষ্ট পাইছে
ଉଦାହରଣ : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
ସମକକ୍ଷ : দুঃখী, দুখী, ব্যথিত, ্আর্ত
ଅର୍ଥ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
ଉଦାହରଣ : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
ସମକକ୍ଷ : গ্রস্ত, ব্যথিত
ଅର୍ଥ : যাক পীড়া বা কষ্ট দিয়া হৈছে
ଉଦାହରଣ : পুলিচৰ দ্বাৰা উৎপীড়িত ব্যক্তিয়েনো নিজৰ অভিযোগ কাক কৰিব
ସମକକ୍ଷ : উৎপীড়িত
ସଂସ୍ଥାପନ କରନ୍ତୁ