ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পিয়াহ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পিয়াহ   বিশেষ্য

ଅର୍ଥ : নাৰীৰ স্তনদেশ

ଉଦାହରଣ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

ସମକକ୍ଷ : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন

ଅର୍ଥ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

ଉଦାହରଣ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

ସମକକ୍ଷ : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন

ଅର୍ଥ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

ଉଦାହରଣ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

ସମକକ୍ଷ : পয়োধৰ, স্তন

ଅର୍ଥ : পানী খোৱাৰ ইচ্ছা

ଉଦାହରଣ : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে

ସମକକ୍ଷ : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা