ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে
ଉଦାହରଣ :
ସମକକ୍ଷ : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি
ଅର୍ଥ : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী
ଉଦାହରଣ : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল
ସମକକ୍ଷ : চাপৰাচী
ଅର୍ଥ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
ଉଦାହରଣ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
ସମକକ୍ଷ : ডাকোৱাল, পত্রবাহক, পোষ্টমেন
ସଂସ୍ଥାପନ କରନ୍ତୁ