ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পিতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পিতা   বিশেষ্য

ଅର୍ଥ : পিতৃক কৰা সম্বোধন

ଉଦାହରଣ : আমি আমাৰ পিতৃক দেউতা বুলি মাতো

ସମକକ୍ଷ : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতাই, পিতাদেউ, ববাই, বাপ, বাবা, বোপাই

ଅର୍ଥ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন

ଉଦାହରଣ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়

ସମକକ୍ଷ : জনক, জন্ম-দাতা, জন্মদাতা

ଅର୍ଥ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে

ଉଦାହରଣ : মোৰ দেউতা এজন অধ্যাপক

ସମକକ୍ଷ : আব্বা, আব্বাজান, জনক, দেউতা, পিতাই, পিতৃ, বাবা