ଅର୍ଥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ଉଦାହରଣ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
ସମକକ୍ଷ : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
ଅର୍ଥ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
ଉଦାହରଣ :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে