ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পিছত ৰৈ যোৱা
ଉଦାହରଣ : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল
ସମକକ୍ଷ : পিছুওৱা
ଅର୍ଥ : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
ଉଦାହରଣ : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
ସମକକ୍ଷ : পশ্চাদগামী, পশ্চাদৱর্ত্তী
ଅର୍ଥ : কোনো গুণ আদিত অলপ পিছ পৰা
ଉଦାହରଣ : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ