ଅର୍ଥ : পাৰত লগোৱা
ଉଦାହରଣ :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
ଅର୍ଥ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
ଉଦାହରଣ :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
ଅର୍ଥ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
ଉଦାହରଣ :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
ସମକକ୍ଷ : আগবঢ়োৱা
ଅର୍ଥ : পাৰ হোৱা বা ব্যতিত হোৱা
ଉଦାହରଣ :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
ସମକକ୍ଷ : অতিবাহিত কৰা, কটোৱা