ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
ଉଦାହରଣ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
ସମକକ୍ଷ : ইনাম, পুৰস্কাৰ, বকচিচ
ଅର୍ଥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ଉଦାହରଣ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
ସମକକ୍ଷ : উপঢৌকন, ভেটি
ଅର୍ଥ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
ଉଦାହରଣ : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
ସମକକ୍ଷ : গ্রেচুইটি, বকচিচ
ସଂସ୍ଥାପନ କରନ୍ତୁ