ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
ଉଦାହରଣ : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
ସମକକ୍ଷ : কাষৰি
ଅର୍ଥ : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
ଉଦାହରଣ : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
ଅର୍ଥ : দাঁতৰ শাৰী
ଉଦାହରଣ : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
ସମକକ୍ଷ : দাঁতৰ পাৰি
ସଂସ୍ଥାପନ କରନ୍ତୁ