ଅର୍ଥ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : পাৰ চৰাই
ଅର୍ଥ : সন্মুখত থকা অন্য ফাল
ଉଦାହରଣ :
আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
ଅର୍ଥ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
ଉଦାହରଣ :
নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
ସମକକ୍ଷ : তীৰ
ଅର୍ଥ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
ଉଦାହରଣ :
ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে