ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাষণ্ড ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাষণ্ড   বিশেষ্য

ଅର୍ଥ : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ

ଉଦାହରଣ : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে

ଅର୍ଥ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ

ଉଦାହରଣ : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে

ସମକକ୍ଷ : কপটাচাৰী, ভণ্ড

পাষণ্ড   বিশেষণ

ଅର୍ଥ : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক

ଉଦାହରଣ : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে