ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাল্লা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাল্লা   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ চক্রান্তত পৰা কার্য

ଉଦାହରଣ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে

ସମକକ୍ଷ : ফন্দি, ফান্দ

ଅର୍ଥ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়

ଉଦାହରଣ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে

ସମକକ୍ଷ : কপাট

ଅର୍ଥ : তর্জুৰ ্পাল্লা

ଉଦାହରଣ : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে

ସମକକ୍ଷ : পালা